Kapé MAC
® MAC ৰ পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন। ২২/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শেনচোৱা জেউতি প্ৰাথমিক বিদ্যালয়, ৬নং অৱাং জ’নাই … Read More
চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More
® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”। 🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা … Read More
♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস উদযাপন। ১৫/১১/২০২৫ তাৰিখে পৰিষদৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তাত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰে। দেশৰ মহান স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক, … Read More
🔸 মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জনতা চিনেমাৰ মাজত চুক্তি স্বাক্ষৰ। ২৭ অক্টোবৰ ২০২৫ তাৰিখে পৰিষদৰ অধীনত মিনি চিনেমা হল স্থাপন আৰু পৰিচালনাৰ বাবে পৰিষদৰ সচিবালয়ত জনতা চিনেমাৰ সৈতে এক বুজাবুজি … Read More
⚫ ২১/১০/২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৯৯ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া খেৰকটা মহাবিদ্যালয়ৰ তিনিমহলীয়া প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু … Read More
মিচিং স্বায়ত্বশাসিত পৰিষদে অসম চৰকাৰ তথা নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্বাচিত হোৱাৰে পৰা অৰ্থাৎ ২০১৩ চনৰ পৰা পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়নৰ লগতে নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে বহুটো পদক্ষেপ গ্ৰহণ কৰি আহিছে। … Read More
মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে গোগামুখত ২৩ অক্টোবৰ পৰা ২৬ অক্টোবৰ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত “মিচিং স্প’ৰ্টছ কাৰ্নিভেল” অনুষ্ঠিত কৰিছে। প্ৰথম দিন- পুৱা প্ৰাণৰ শিল্পী জুবিন … Read More