মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ প্ৰথম কাৰ্য্যবাহী বৈঠক।

■ ২৫ জুলাই ২০২৫ মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ অধ্যক্ষতাত ২৫ জুলাই ২০২৫ তাৰিখে দিৰপাইস্থিত সোৱণশিৰি ইক’ কেম্পত নৱগঠিত অন্তৱৰ্তীকালীন সমিতিৰ প্ৰথমখন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত কৰে। উক্ত … Read More

মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ শপত গ্ৰহণ।

■ ২২ জুলাই ২০২৫ ধেমাজিৰ DRDA প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালীন সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন। মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিচাপে পুনৰবাৰ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে পৰমানন্দ … Read More

সদৌ অসম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ ২০২৫। 

■ ১১ জুলাই ২০২৫ অসমৰ উদীয়মান খেলুৱৈ তথা উঠি অহা প্ৰজন্মৰ বৰ্তমানৰ অতি প্ৰিয় ক্ৰীড়া হৈছে পেঞ্চাক চিলাট। তাৰে উৎকৃষ্ট নিদৰ্শন প্ৰতিফলিত হৈছে এই চেম্পিয়নশ্বিপত। লখিমপুৰ জিলাৰ ত্যাগ ক্ষেত্ৰৰ খেলপথাৰত … Read More

অসম পেঞ্চাক চিলাট সন্থাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ সফল সামৰণি।

■ 11 June 2025 ৮ ৰ পৰা ১১ জুন তাৰিখলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে অসম পেঞ্চাক চিলাট সন্থাৰ উদ্যোগত ধেমাজিৰ গৰুমৰা বুৰিসূতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত “গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰ” অনুষ্ঠিত কৰে। সামৰণি … Read More

MAC-SL সাফল্যৰ আন এক খোজ !

■ 10 June 2025 :- স্পেইনৰ মাৰ্বেলা আন্তঃৰাষ্ট্ৰীয় ফুটবল একাডেমীৰ প্ৰশিক্ষণলৈ নিৰ্বাচিত MAC Super League দ্বিতীয় সংস্কৰণৰ ২ প্ৰতিভাৱান খেলুৱৈ। MAC-SL ৰ জৰিয়তে নিৰ্বাচিত হৈ বহু কেইগৰাকী উদীয়মান খেলুৱৈ ঝাড়খণ্ড … Read More

বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ কাষত MACৰ প্ৰাক্তন CEM পৰমানন্দ চায়েঙীয়া।

■ Tuesday 3 Jun 2025 প্ৰজন্মৰ পিছত প্ৰজন্ম নিঃশেষ হৈ গৈছে, কিন্তু শেষ নহয় অসমৰ বানপানীৰ সমস্যা। এই সমস্যাত প্ৰত্যেক বছৰে অসমবাসীয়ে দুৰ্ভোগ ভুগি আহিছে। বহু লোকে হেৰুৱাইছে আপোনজনৰ লগতে … Read More

“Kapé MAC”

■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ উদ্যোগত ০৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ০৯/০২/২০২৫ তাৰিখলৈকে চাৰিদিনীয়াকৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ষষ্ঠ সংখ্যক MAC-SL সফলতাৰে সামৰণি পৰে। চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত … Read More

“Kapé MAC”

  ■ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখস্থিত চুমনি গাঁৱত নিৰ্মীয়মান মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্থায়ী সচিবালয়ৰ চৌহদত দেশৰ গৌৰৱোজ্জল ৭৬ সংখ্যক গণতন্ত্র দিৱস উদযাপন কৰে। পুৱা শ্বহীদ বেদীত … Read More

সদৌ অসম পেনচাক্ চিলাট সংন্থা।

সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৱা ২২ ডিচেম্বৰ তাৰিখৰ পৰা চাৰিদিনীয়াকৈ অসম ভিত্তিত ২০০ গৰাকী প্ৰশিক্ষাৰ্থীক লৈ অনুষ্ঠিত হোৱা … Read More

মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ সফল সামৰণি।

  অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮ নৱেম্বৰ তাৰিখৰ … Read More

Kapé MAC

■ ১৮/১১/২০২৪ তাৰিখে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৪০ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা ধেমাজি সম্বৰ্দ্ধনা আৰু মুখপত্ৰ “নাট্যপ্ৰজ্ঞা” উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী … Read More

Kapé MAC

■ ১৫/১১/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰত ধৰ্তি আবা বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী বৰ্ষ “জনজাতীয় গৌৰৱ দিৱস সমাৰোহ” অনুষ্ঠিত কৰে।   … Read More