Kapé MAC

® MACৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক। ৩০/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ সচিবালয়ৰ সভাকক্ষত অন্তর্বর্তীকালীন পৰিষদৰ ২৫ সংখ্যক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰে। উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ জনমুখী আঁচনিত নৱ সংযোজনেৰে … Read More

মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক সাধাৰণ অধিৱেশন।

চিলাপথাৰ দঃঞি পঃল দৃৰবৃ লত্তাত ২৫ ছেপ্টেম্বৰ ২০২৬ তাৰিখৰ পৰা ২৭ ছেপ্টেম্বৰ তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা ‘সামূহিক সুবিধা কেন্দ্ৰৰ’ শুভ উদ্বোধন। ১০.৬.২০২৬ তাৰিখে ২৫ নং ডিক্ৰং সমষ্টিত পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কৰা “সামূহিক সুবিধা কেন্দ্ৰ”ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন। ৪/০৫/২০২৬ তাৰিখে পৰিষদৰ পুঁজিৰে ১৫ নং গোগামুখ সমষ্টিৰ অন্তৰ্গত নামনি টাজিক গাঁৱৰ পৰা ধলপুৰীয়ালৈ নিৰ্মাণ কৰা পথৰ শুভ উদ্বোধন কৰে … Read More

“Kapé MAC”

  ® মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। ১১/০৫/২০২৬ তাৰিখে মেঘালয়ৰ জিৰ’স্থিত ফেৰাণ্ডো কেম্পাচ পৰিদৰ্শন কৰাৰ লগতে সঞ্চালিকা Merly Tom ক সাক্ষাৎ কৰে … Read More

“Kapé MAC”

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ “সংহতি গোটৰ সভা”। 🔸 গোগামুখ আবুতানি লত্তাত যোৱা ২/০৫/২০২৬ তাৰিখে পৰিষদৰ ১৫ নং, ১৭ নং আৰু ১৮ নং পৰিষদীয় সমষ্টিৰ “সমষ্টি সংহতি গোটৰ (CIU) সভা … Read More

Kapé MAC

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মান কৰা বিভিন্ন আচঁনিৰ শুভাৰম্ভণ আৰু আধাৰশিলা স্থাপন। ০১/০৩/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অৱনৰি সমষ্টিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰ ১০ লাখ টকা … Read More

Tani FM সম্প্ৰচাৰ শুভাৰম্ভণি ।

® Rural Enterprise ৰ অধীনত নিৰ্মাণ কৰা Tani FM Online Radio App ত সম্প্ৰচাৰ শুভাৰম্ভণি। Rural Enterprise আৰু Tani FM কৰ্তৃপক্ষই এক সংবাদ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে, অসমৰ খিলঞ্জীয়া … Read More

Kapé MAC

  ® বস্ত্ৰ বিতৰণ অনুষ্ঠান। ১৪/০১/২০২৬ তাৰিখে প্ৰাণৰ উৎসৱ ভোগালী বিহুৰ পৱিত্ৰ ক্ষণত বাসুদেৱ এন্টাৰপ্ৰাইজৰ উদ্যোগত ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বদতি গাঁৱৰ মেজি স্থলীত গাঁৱ খনৰ ৭৫ গৰাকী … Read More

“Kapé MAC”

♦️ মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত জনজাতীয় গৌৰৱ দিৱস উদযাপন। ১৫/১১/২০২৫ তাৰিখে পৰিষদৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তাত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰে। দেশৰ মহান স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক, … Read More

“KAPÉ MAC”

♦️মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত নিয়োগ মেলা। ০৯/১১/২০২৫ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Confederation of Indian Industry, CII Model Career Centre ৰ সহযোগত পৰিষদীয় এলেকাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক স্বাৱলম্বী … Read More

“KAPÉ MAC”

🔸 মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জনতা চিনেমাৰ মাজত চুক্তি স্বাক্ষৰ। ২৭ অক্টোবৰ ২০২৫ তাৰিখে পৰিষদৰ অধীনত মিনি চিনেমা হল স্থাপন আৰু পৰিচালনাৰ বাবে পৰিষদৰ সচিবালয়ত জনতা চিনেমাৰ সৈতে এক বুজাবুজি … Read More